ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
121 : 37

اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

যিদৰে আমি মুছা আৰু হাৰূনক উৎকৃষ্ট প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি উত্তম প্ৰতিদান দিওঁ সেইসকল লোকক, যিসকলে নিষ্ঠা সহকাৰে নিজ প্ৰতিপালকৰ আনুগত্য কৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল। info

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা। info

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে। info