ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
17 : 36

وَمَا عَلَیْنَاۤ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟

তেওঁ আমাক যিটো বাৰ্তা তোমালোকৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়িত্ব অৰ্পন কৰিছে, সেইটো সুচাৰুৰূপে পালন কৰাটোৱে হৈছে আমাৰ মৌলিক দায়িত্ব। তোমালোকক হিদায়ত প্ৰদান কৰাটো আমাৰ কৰ্তব্য নহয়। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info