ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
15 : 30

فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصَّلِحٰتِ فَهُمْ فِیْ رَوْضَةٍ یُّحْبَرُوْنَ ۟

এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু এনেকুৱা সৎকৰ্ম কৰিছে যিবোৰ আল্লাহৰ দৃষ্টিত পছন্দনীয়; তেওঁলোকে জান্নাতৰ এনেকুৱা নিয়ামতৰ মাজত অৱস্থান কৰিব, যিবোৰ নিয়ামত কেতিয়াও সমাপ্ত নহ’ব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• العلم بما يصلح الدنيا مع الغفلة عما يصلح الآخرة لا ينفع.
আখিৰাতত সফলতা লাভ কৰিব পৰা আমলসমূহক অৱজ্ঞা কৰি, কেৱল পাৰ্থিৱ জীৱনৰ উন্নতিয়ে একো উপকাৰ সাধন কৰিব নোৱাৰে। info

• آيات الله في الأنفس وفي الآفاق كافية للدلالة على توحيده.
মানুহৰ শৰীৰত আৰু বিশ্বজগতত বিস্তৃত থকা আল্লাহৰ নিদৰ্শনসমূহেই তেওঁৰ তাওহীদ প্ৰমাণ কৰিবলৈ যথেষ্ট। info

• الظلم سبب هلاك الأمم السابقة.
অন্যায়-অত্যাচাৰৰ কাৰণেই পূৰ্বৱৰ্তী উম্মতসমূহ ধ্বংস হৈছে। info

• يوم القيامة يرفع الله المؤمنين، ويخفض الكافرين.
কিয়ামতৰ দিনা আল্লাহে মুমিনসকলক সুউচ্চ স্থান দান কৰিব। আনহাতে কাফিৰসকলক নিকৃষ্ট ঠাইত নিক্ষেপ কৰিব। info