ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
182 : 3

ذٰلِكَ بِمَا قَدَّمَتْ اَیْدِیْكُمْ وَاَنَّ اللّٰهَ لَیْسَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟ۚ

হে ইয়াহুদীসকল! এই শাস্তি তোমালোকৰ নিজৰ গুনাহ আৰু কুকৰ্মৰ কাৰণেহে। জানি থোৱা! আল্লাহে নিজ বান্দাসকলৰ মাজৰ কাৰো ওপৰত অত্যাচাৰ নকৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• من سوء فعال اليهود وقبيح أخلاقهم اعتداؤهم على أنبياء الله بالتكذيب والقتل.
ইয়াহুদীসকলৰ কুকৰ্ম আৰু সিহঁতৰ নিকৃষ্টতাৰ এটা উদাহৰণ এই যে, সিহঁতে আল্লাহৰ নবীসকলক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকক হত্যাও কৰিছিল। info

• كل فوز في الدنيا فهو ناقص، وإنما الفوز التام في الآخرة، بالنجاة من النار ودخول الجنة.
পৃথিৱীৰ সকলো সফলতা অসম্পূৰ্ণ, আনহাতে আখিৰাতৰ সফলতাই হৈছে পৰিপূৰ্ণ সফলতা। আৰু সেয়া হৈছে জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ। info

• من أنواع الابتلاء الأذى الذي ينال المؤمنين في دينهم وأنفسهم من قِبَل أهل الكتاب والمشركين، والواجب حينئذ الصبر وتقوى الله تعالى.
সেই কষ্টও এক প্ৰকাৰৰ পৰীক্ষা, যিটো মুমিনসকলে আহলে কিতাব আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা পাই থাকে। এনেকুৱা পৰিস্থিত ধৈৰ্য ধাৰণ কৰা উচিত আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত। info