ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
141 : 3

وَلِیُمَحِّصَ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَیَمْحَقَ الْكٰفِرِیْنَ ۟

আন এটা হিকমত হৈছে এই যে, মুমিনসকলক গুনাহৰ পৰা পৱিত্ৰ কৰা আৰু মুমিনসকলৰ শাৰী মুনাফিক মুক্ত কৰা। যাতে আল্লাহে কাফিৰসকলক ধ্বংস কৰে আৰু সিহঁতক পৃথিৱীৰ পৰা মচি দিয়ে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الابتلاء سُنَّة إلهية يتميز بها المجاهدون الصادقون الصابرون من غيرهم.
পৰীক্ষা লোৱাটো আল্লাহৰ সাধাৰণ নিয়ম, যাৰ জৰিয়তে সত্যবাদী আৰু ধৈৰ্যশীল মুজাহিদসকলৰ পৰিচয় পোৱা যায়। info

• يجب ألا يرتبط الجهاد في سبيل الله والدعوة إليه بأحد من البشر مهما علا قدره ومقامه.
আল্লাহৰ পথত কৰা যুদ্ধ তথা তেওঁৰ পিনে আহ্বান কৰা কাৰ্যক কোনো এজন ব্যক্তিৰ লগত সম্পৃক্ত কৰা ঠিক নহয়, তাৰ মৰ্যদা আৰু সন্মান যিমানেই উচ্চ নহওঁক কিয়। info

• أعمار الناس وآجالهم ثابتة عند الله تعالى، لا يزيدها الحرص على الحياة، ولا ينقصها الإقدام والشجاعة.
মানুহৰ আয়ু তথা মৃত্যুৰ সময় আল্লাহৰ ওচৰত নিৰ্ধাৰিত। মানুহৰ জীয়াই থকাৰ আকাংক্ষাই তাৰ আয়ু বৃদ্ধি কৰিব নোৱাৰে আৰু ক্ষমতাৰ বলতো ইয়াক হ্ৰাস কৰিব নোৱাৰে। info

• تختلف مقاصد الناس ونياتهم، فمنهم من يريد ثواب الله، ومنهم من يريد الدنيا، وكلٌّ سيُجازَى على نيَّته وعمله.
মানুহৰ উদ্দেশ্যে আৰু সংকল্প ভিন ভিন। কোনোবাই আল্লাহৰ প্ৰতিফল বিচাৰে আকৌ আন কোনোবাই বিচাৰে পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰী। এতেকে প্ৰত্যেককে তাৰ কৰ্ম আৰু নিয়্যত অনুযায়ী প্ৰতিদান দিয়া হ’ব। info