ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
46 : 28

وَمَا كُنْتَ بِجَانِبِ الطُّوْرِ اِذْ نَادَیْنَا وَلٰكِنْ رَّحْمَةً مِّنْ رَّبِّكَ لِتُنْذِرَ قَوْمًا مَّاۤ اَتٰىهُمْ مِّنْ نَّذِیْرٍ مِّنْ قَبْلِكَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟

আৰু মুছাক যেতিয়া আমি আহ্বান কৰিছিলোঁ তথা তেওঁক আমি যি অহী কৰিছিলোঁ, তেতিয়াও আপুনি তাত উপস্থিত নাছিল যে, সেই সম্পৰ্কে আপুনি মানুহক অৱগত কৰিব। কিন্তু আমিয়েই আপোনাক মানুহৰ ওচৰলৈ ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাৰ প্ৰতি সেই সকলো তথ্য অহী কৰিছোঁ, যাতে আপুনি এনেকুৱা এটা জাতিক সতৰ্ক কৰিব পাৰে, যি জাতিৰ ওচৰলৈ আপোনাৰ পূৰ্বে সতৰ্ককাৰী কোনো ৰাছুল আগমন কৰা নাছিল। যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে, তথা আপুনি আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• نفي علم الغيب عن رسول الله صلى الله عليه وسلم إلَّا ما أطلعه الله عليه.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ গায়েব সম্পৰ্কে একো জ্ঞান নাছিল। আনহাতে সেইবোৰ সুকীয়া কথা, যিবোৰ বিষয়ে স্বয়ং আল্লাহে তেওঁক অৱগত কৰিছে। info

• اندراس العلم بتطاول الزمن.
সময় অতিবাহিত হোৱাৰ লগে লগে জ্ঞান হ্ৰাস পাই থাকে। info

• تحدّي الكفار بالإتيان بما هو أهدى من وحي الله إلى رسله.
কাফিৰসকলক এই প্ৰত্যাহ্বান দিয়া হৈছে যে, তোমালোকে এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যিখন গ্ৰন্থ ৰাছুলসকলে লৈ অহা গ্ৰন্থতকৈ অধিক সঠিক পথ দেখুৱাব। info

• ضلال الكفار بسبب اتباع الهوى، لا بسبب اتباع الدليل.
কাফিৰসকল পথভ্ৰষ্ট হোৱাৰ অন্যতম কাৰণ হৈছে দলিল-প্ৰমাণৰ বিপৰীতে চাহিদাৰ অনুসৰণ কৰা। info