ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
207 : 26

مَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یُمَتَّعُوْنَ ۟ؕ

পৃথিৱীত সিহঁতে যিবোৰ নিয়ামত উপভোগ কৰিলে, সেইবোৰে সিহঁতক কিবা উপকাৰ কৰিবনে? সেইবোৰ নিয়ামতৰ কেতিয়াবাই সমাপ্তি ঘটিছে, একোৱেই উপকাৰ সাধন কৰিব পৰা নাই। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক। info

• تنزيه القرآن عن قرب الشياطين منه.
কোৰআন যে চয়তানৰ ফালৰ পৰা নহয়, এই কথা স্পষ্টভাৱে নসাৎ কৰি পৱিত্ৰ ঘোষণা কৰা হৈছে। info

• أهمية اللين والرفق للدعاة إلى الله.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে নম্ৰতা তথা কোমলতা অৱলম্বন কৰা অতি আৱশ্যক। info

• الشعر حَسَنُهُ حَسَن، وقبيحه قبيح.
কবিতা যদি ভাল হয় তেন্তে ভাল বুলিয়ে পৰিগণিত হ’ব; আনহাতে বেয়া হ’লে, বেয়া বুলিয়ে পৰিগণিত হ’ব। info