ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
42 : 24

وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— وَاِلَی اللّٰهِ الْمَصِیْرُ ۟

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত। আৰু কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে প্ৰত্যাৱৰ্তন কৰিব লাগিব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• موازنة المؤمن بين المشاغل الدنيوية والأعمال الأخروية أمر لازم.
মুমিনসকলৰ বাবে পাৰ্থিৱ কৰ্ম আৰু আখিৰাতৰ কৰ্মক তুলনামূলকভাৱে লক্ষ্য কৰা অতি আৱশ্যক। info

• بطلان عمل الكافر لفقد شرط الإيمان.
কাফিৰসকলৰ সৎকৰ্ম বিফল হ'ব। কিয়নো সিহঁতৰ ওচৰত ঈমান নাই, ঈমান হৈছে সৎকৰ্ম গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত। info

• أن الكافر نشاز من مخلوقات الله المسبِّحة المطيعة.
আল্লাহৰ সকলো আনুগত্যশীল আৰু গুণগান কৰা সৃষ্টিৰ বিপৰীতে কাফিৰসকল হৈছে অৱজ্ঞাকাৰী। info

• جميع مراحل المطر من خلق الله وتقديره.
বৰষুণৰ সকলো পৰ্যায় হৈছে আল্লাহৰ সৃষ্টি, আৰু তেওঁৰ পূৰ্বসিদ্ধান্ত। info