ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
105 : 23

اَلَمْ تَكُنْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَكُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟

সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ পৃথিৱীত তোমালোকৰ আগত কোৰআনৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিল নেকি, তোমালোক দেখোন সেইবোৰক অস্বীকাৰ কৰিছিলা?! info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الكافر حقير مهان عند الله.
কাফিৰ আল্লাহৰ দৃষ্টি অতি নিকৃষ্ট তথা লাঞ্ছিত। info

• الاستهزاء بالصالحين ذنب عظيم يستحق صاحبه العذاب.
পূণ্যৱান লোকসকলৰ উপহাস কৰা তথা বিদ্ৰুপ কৰাটো হৈছে মহাপাপ। এনেকুৱা ব্যক্তি শাস্তিৰ উপযুক্ত। info

• تضييع العمر لازم من لوازم الكفر.
কুফৰে মানুহৰ আয়ু বিনষ্ট কৰে। info

• الثناء على الله مظهر من مظاهر الأدب في الدعاء.
আল্লাহৰ প্ৰশংসা কৰাটো দুআ কৰাৰ এটা অন্যতম শিষ্টাচাৰ। info

• لما افتتح الله سبحانه السورة بذكر صفات فلاح المؤمنين ناسب أن تختم السورة بذكر خسارة الكافرين وعدم فلاحهم.
যিহেতু আল্লাহে এই ছুৰাটো আৰম্ভ কৰিছে মুমিনসকলৰ সফলতাৰ বৈশিষ্ট্যসমূহৰ জৰিয়তে, সেয়ে কাফিৰসকলৰ ক্ষতিগ্ৰস্ততা আৰু ব্যৰ্থতাৰ বৰ্ণনাৰে এই ছুৰা শেষ কৰাটো হৈছে যথোপযুক্ত। info