ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
105 : 21

وَلَقَدْ كَتَبْنَا فِی الزَّبُوْرِ مِنْ بَعْدِ الذِّكْرِ اَنَّ الْاَرْضَ یَرِثُهَا عِبَادِیَ الصّٰلِحُوْنَ ۟

লওহে মাহফুজত লিপিবদ্ধ কৰাৰ পিছত আমি আমাৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা গ্ৰন্থসমূহত লিখি দিছিলোঁ যে, পৃথিৱীৰ উত্তৰাধিকাৰী কেৱল আল্লাহৰ নেক বান্দাসকল আৰু তেওঁৰ আনুগত্যকাৰী বান্দাসকলহে হ’ব। ইয়াৰ দ্বাৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ লোক সকলক বুজোৱা হৈছে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الصلاح سبب للتمكين في الأرض.
সদাচাৰিতা হৈছে পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰাৰ অন্যতম কাৰণ। info

• بعثة النبي صلى الله عليه وسلم وشرعه وسنته رحمة للعالمين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ, তেওঁৰ চৰীয়ত আৰু তেওঁৰ ছুন্নত সকলো সৃষ্টিৰ বাবে ৰহমত। info

• الرسول صلى الله عليه وسلم لا يعلم الغيب.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গায়েবী জ্ঞান সম্পৰ্কে অৱগত নহয়। info

• علم الله بما يصدر من عباده من قول.
বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। info