ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
70 : 19

ثُمَّ لَنَحْنُ اَعْلَمُ بِالَّذِیْنَ هُمْ اَوْلٰی بِهَا صِلِیًّا ۟

আমি সেইসকল লোকক ভালদৰে চিনি পাওঁ, যিসকলে জাহান্নামত প্ৰৱেশ কৰাৰ তথা জাহান্নামৰ উত্তাপ উপভোগ কৰাৰ বেছি উপযুক্ত। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• على المؤمنين الاشتغال بما أمروا به والاستمرار عليه في حدود المستطاع.
মুমিনসকলক যি আদেশ দিয়া হৈছে সেইটো তেওঁলোকে পালন কৰা উচিত আৰু যথাসম্ভৱ সেয়া অব্যাহত ৰখা উচিত। info

• وُرُود جميع الخلائق على النار - أي: المرور على الصراط، لا الدخول في النار - أمر واقع لا محالة.
সকলো মানুহেই জাহান্নামৰ ওপৰেৰে পাৰ হ'ব লাগিব, এইটো নিশ্চিত। অৰ্থাৎ জাহান্নামৰ ওপৰত স্থাপিত সেঁতুৰে পাৰ হ'ব লাগিব। কিন্তু সকলোৱে জাহান্নামত প্ৰৱেশ নকৰিব। info

• أن معايير الدين ومفاهيمه الصحيحة تختلف عن تصورات الجهلة والعوام.
ধৰ্মৰ সঠিক মূল্যায়ন তথা ইয়াৰ সঠিক অৱধাৰণাসমূহ মুৰ্খ তথা সাধাৰণ লোকৰ ধাৰণাতকৈ পৃথক। info

• من كان غارقًا في الضلالة متأصلًا في الكفر يتركه الله في طغيان جهله وكفره، حتى يطول اغتراره، فيكون ذلك أشد لعقابه.
যি ব্যক্তি পথভ্ৰষ্টতাত নিমজ্জিত আৰু কুফৰীত অটল, আল্লাহে তাক তাৰ সেই মুৰ্খতা আৰু কুফৰীৰ মাজত বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিয়ে। যাতে সি প্ৰতাৰণাৰ গহীন গহ্বৰত সোমাই যায় আৰু অধিক কঠিন শাস্তিৰ সন্মুখীন হয়। info

• يثبّت الله المؤمنين على الهدى، ويزيدهم توفيقًا ونصرة، وينزل من الآيات ما يكون سببًا لزيادة اليقين مجازاةً لهم.
আল্লাহে মুমিনসকলক সত্যৰ পথত দৃঢ়তাৰ সৈতে প্ৰতিষ্ঠিত কৰে, তেওঁলোকক অধিক তাওফীক প্ৰদান কৰে তথা সহায় কৰে। এনেকুৱা এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰে যিবোৰে তেওঁলোকৰ বিশ্বাস বৃদ্ধি কৰাত সহায়ক সাব্যস্ত হয়। info