ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
120 : 16

اِنَّ اِبْرٰهِیْمَ كَانَ اُمَّةً قَانِتًا لِّلّٰهِ حَنِیْفًا ؕ— وَلَمْ یَكُ مِنَ الْمُشْرِكِیْنَ ۟ۙ

নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম অতি উত্তম আদৰ্শৰ গৰাকী আছিল, সদায় নিজ প্ৰতিপালকৰ আনুগত্যত নিয়োজিত আছিল, সকলো ধৰ্মৰ পৰা ফালৰি কাটি ইছলামৰ প্ৰতি মনোনিৱেশ কৰিছিল। তেওঁ কদাপিও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• اقتضت رحمة الله أن يقبل توبة عباده الذين يعملون السوء من الكفر والمعاصي، ثم يتوبون ويصلحون أعمالهم، فيغفر الله لهم.
এইটো আল্লাহৰ অন্যতম এক প্ৰকাৰ ৰহমত যে, তেওঁ সেই বান্দাসকলৰো তাওবা কবূল কৰে যিসকলে কুফৰী আৰু গুনাহৰ কাম কৰিছে। তাৰ পিছত তেওঁলোকে তাওবা কৰে আৰু নিজৰ কৰ্ম সংশোধন কৰে, ফলত আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিয়ে। info

• يحسن بالمسلم أن يتخذ إبراهيم عليه السلام قدوة له.
প্ৰতিজন মুছলিমে ইব্ৰাহীম আলাইহিচ্ছালামক আদৰ্শ হিচাপে লোৱা উচিত। info

• على الدعاة إلى دين الله اتباع هذه الطرق الثلاث: الحكمة، والموعظة الحسنة، والمجادلة بالتي هي أحسن.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলে এই তিনিটা বিষয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত, হিকমত বা কৌশলৰ সৈতে কথা কোৱা উচিত, উত্তম উপদেশ দিয়া উচিত, লগতে উত্তমভাৱে বাদানুবাদ কৰা উচিত। info

• العقاب يكون بالمِثْل دون زيادة، فالمظلوم منهي عن الزيادة في عقوبة الظالم.
অপৰাধৰ অনুপাতে শাস্তি হোৱা উচিত। তাতকৈ বেছি হ'ব নালাগে। এই ক্ষেত্ৰত নিৰ্যাতিত ব্যক্তিকো নিষেধ কৰা হৈছে যে, অত্যাচাৰীৰ পৰা প্ৰতিশোধ লোৱাৰ সময়ত যাতে সীমা অতিক্ৰম কৰা নহয়। info