ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
39 : 14

اَلْحَمْدُ لِلّٰهِ الَّذِیْ وَهَبَ لِیْ عَلَی الْكِبَرِ اِسْمٰعِیْلَ وَاِسْحٰقَ ؕ— اِنَّ رَبِّیْ لَسَمِیْعُ الدُّعَآءِ ۟

সকলো প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ নেক সন্তান প্ৰাপ্তিৰ বাবে কৰা প্ৰাৰ্থনা কবূল কৰিছে। বৃদ্ধ বয়সতো তেওঁ মোক হাজিৰাৰ পৰা ইছমাঈল আৰু ছাৰাৰ পৰা ইছহাকৰ দৰে পুত্ৰ প্ৰদান কৰিছে। নিশ্চয় মোৰ পৱিত্ৰ প্ৰতিপালকে প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণ কৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• بيان فضيلة مكة التي دعا لها نبي الله إبراهيم عليه الصلاة والسلام.
মক্কা নগৰীৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, যাৰ বাবে ইব্ৰাহীম আলাইহিছ ছালামে দুআ কৰিছিল। info

• أن الإنسان مهما ارتفع شأنه في مراتب الطاعة والعبودية ينبغي له أن يخاف على نفسه وذريته من جليل الشرك ودقيقه.
মানুহে আনুগত্য আৰু ইবাদতৰ ক্ষেত্ৰত যিমানেই ডাঙৰ মৰ্যাদা নাপাওক কিয়, তেওঁ নিজে আৰু নিজ সন্তান-সন্ততিৰ বাবে সদায় শ্বিৰ্কৰ পৰা ভয় কৰা উচিত। info

• دعاء إبراهيم عليه الصلاة والسلام يدل على أن العبد مهما ارتفع شأنه يظل مفتقرًا إلى الله تعالى ومحتاجًا إليه.
ইব্ৰাহীম আলাইহিছ ছালামৰ প্ৰাৰ্থনাই এই কথা প্ৰমাণ কৰে যে, বান্দা যিমানেই মৰ্যদাশীল নহওঁক কিয়, সদায় আল্লাহৰ মুখাপেক্ষী। info

• من أساليب التربية: الدعاء للأبناء بالصلاح وحسن المعتقد والتوفيق في إقامة شعائر الدين.
লালন-পালনৰ এটা অন্যতম দিশ হৈছে এই যে, নিজৰ সন্তানৰ বাবে নেকী আৰু সঠিক আক্বীদাৰ বাবে দুআ কৰা উচিত, লগতে দুআ কৰা উচিত তেওঁলোক যাতে ধৰ্মীয় নীতি নিয়ম মানি চলিব পাৰে। info