ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
3 : 111

سَیَصْلٰی نَارًا ذَاتَ لَهَبٍ ۟ۙ

সি অনতিপলমে ক্বিয়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ হব আৰু জ্বলি থাকিব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• المفاصلة مع الكفار.
কাফিৰ সকলৰ পৰা দূৰত্ব অৱলম্বন কৰা। info

• مقابلة النعم بالشكر.
অনুগ্ৰহৰ বিনিময় স্বৰূপে কৃতজ্ঞতাৰ আৱশ্যকতা। info

• سورة المسد من دلائل النبوة؛ لأنها حكمت على أبي لهب بالموت كافرًا ومات بعد عشر سنين على ذلك.
ছুৰা মাছাদ নবুওৱতৰ এটা অন্যতম প্ৰমাণ। কিয়নো এইটোৱে আবু লাহাবক কাফিৰ অৱস্থাত মৃত্যু হোৱাৰ কথা কৈছিল আৰু সি ইয়াৰ দহ বছৰ পিছত কাফিৰ অৱস্থাতেই মৃত্যু হৈছে। info

• صِحَّة أنكحة الكفار.
কাফিৰৰ বিবাহ সঠিক। info