ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
59 : 10

قُلْ اَرَءَیْتُمْ مَّاۤ اَنْزَلَ اللّٰهُ لَكُمْ مِّنْ رِّزْقٍ فَجَعَلْتُمْ مِّنْهُ حَرَامًا وَّحَلٰلًا ؕ— قُلْ آٰللّٰهُ اَذِنَ لَكُمْ اَمْ عَلَی اللّٰهِ تَفْتَرُوْنَ ۟

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওঁক যে, আল্লাহে তোমালোকৰ প্ৰতি জীৱিকা অৱতীৰ্ণ কৰি যি উপকাৰ কৰিছে সেই সম্পৰ্কে কোৱাচোন, তাত তোমালোকে নিজৰ ইচ্ছা মতে কিছুমানক হাৰাম কৰিছা আৰু কিছুমানক হালাল কৰিছা। সিহঁতক সোধকঃ তোমালোকে যিবোৰক হালাল কৰিছা সেইবোৰক হালাল কৰাৰ আৰু যিবোৰক হাৰাম কৰিছা সেইবোৰক হাৰাম কৰাৰ আল্লাহে অনুমতি প্ৰদান কৰিছে নেকি? নে তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাই আছা? info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• عظم ما ينتظر المشركين بالله من عذاب، حتى إنهم يتمنون دفعه بكل ما في الأرض، ولن يُقْبلَ منهم.
সেই ভয়াৱহ শাস্তিৰ প্ৰতি ইংগিত কৰা হৈছে, যি শাস্তি মুশ্বৰিকসকলৰ অপেক্ষাত আছে। পৰিস্থিতি এনেকুৱা হব যে, সিহঁতে পৃথিৱীৰ সকলো সম্পদ প্ৰদান কৰি হলেও সেই শাস্তিৰ পৰা নিজকে ৰক্ষা কৰাৰ কামনা কৰিব, কিন্তু সিহঁতৰ এই কামনা পূৰণ নহ'ব। info

• القرآن شفاء للمؤمنين من أمراض الشهوات وأمراض الشبهات بما فيه من الهدايات والدلائل العقلية والنقلية.
কোৰআনত থকা হিদায়ত, বৌদ্ধিক আৰু ধাৰ্মিক প্ৰমাণসমূহ হৈছে কামনা-বাসনা আৰু সন্দেহৰ বেমাৰৰ প্ৰতিষেধক। info

• ينبغي للمؤمن أن يفرح بنعمة الإسلام والإيمان دون غيرهما من حطام الدنيا.
মুমিনসকলে পাৰ্থিৱ জীৱনৰ গুৰুত্বহীন সামগ্ৰীৰ পৰিবৰ্তে ইছলাম আৰু ঈমানৰ নিয়ামতকলৈ সন্তুষ্ট হোৱা উচিত। info

• دقة مراقبة الله لعباده وأعمالهم وخواطرهم ونياتهم.
আল্লাহে তেওঁৰ বান্দাসকলৰ, সিহঁতৰ কৰ্মৰ, সিদ্ধান্তৰ আৰু সংকল্পৰ সুক্ষ্ম নিৰীক্ষণ কৰে। info