पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
18 : 96

سَنَدْعُ الزَّبَانِیَةَ ۟ۙ

আমিও জাহান্নামৰ শক্তিশালী ফিৰিস্তাসকলক আহ্বান কৰিম, যিসকলে আল্লাহৰ আদেশ লংঘন নকৰে আৰু যি কৰাৰ আদেশ পায় তাকেই কৰে। গতিকে সিহঁতে দেখা উচিত যে, উভয় পক্ষৰ কোন পক্ষই অধিক শক্তিশালী আৰু ক্ষমতাশালী। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি। info

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী। info

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে। info