पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
17 : 96

فَلْیَدْعُ نَادِیَهٗ ۟ۙ

যেতিয়া তাৰ আগচুলি ধৰি অগ্নিৰ ফালে টনা হব তেতিয়া নিজৰ লগৰীয়া আৰু লগত বহা সকলক মাতিব আৰু শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সিহঁতৰ সহায় বিচাৰিব। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি। info

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী। info

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে। info