पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
21 : 81

مُّطَاعٍ ثَمَّ اَمِیْنٍ ۟ؕ

আকাশবাসী সকল তেখেতৰ কথা মানে আৰু তেখেতক প্ৰত্যাদেশ পৌঁছাবলৈ যি দায়িত্ব অৰ্পণ কৰা হৈছে সেয়া আমানতদাৰীৰ সৈতে পালন কৰিছে। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• حَشْر المرء مع من يماثله في الخير أو الشرّ.
ক্বিয়ামতৰ দিনা ভাল আৰু বেয়া চৰিত্ৰ অনুসৰি তাৰ সমপৰ্যায়ৰ ব্যক্তিৰ সৈতে উত্থাপন কৰা হব। info

• إذا كانت الموءُودة تُسأل فما بالك بالوائد؟ وهذا دليل على عظم الموقف.
যেতিয়া জীৱন্ত সমাধিস্থ কন্যাক সোধা হব তেতিয়া সমাধিস্থকাৰীৰ দশা কি হব।এইটোৱে এই কথা প্ৰমাণ কৰে যে, সেই দিন অতি ভয়াৱহ হ'ব। info

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info