पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

আদ-দুখান

सूरहका अभिप्रायहरूमध्ये:
تهديد المشركين ببيان ما ينتظرهم من العقوبة العاجلة والآجلة.
মুশ্বৰিকসকলক সেই শাস্তিৰ পৰা সতৰ্ক কৰা হৈছে যি শাস্তি সোনকালেই হওক বা পলমকৈ সিহঁতৰ অপেক্ষাত ৰৈ আছে। info

external-link copy
1 : 44

حٰمٓ ۟ۚۛ

(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• نزول القرآن في ليلة القدر التي هي كثيرة الخيرات دلالة على عظم قدره.
অসংখ্য কল্যাণ নিহিত থকা কদৰৰ ৰাতিত এই কোৰআন অৱতীৰ্ণ হৈছে, ইয়ে কোৰআনৰ গুৰুত্ব প্ৰমাণ কৰে। info

• بعثة الرسل ونزول القرآن من مظاهر رحمة الله بعباده.
ৰাছুল প্ৰেৰণ, কোৰআন অৱতীৰ্ণ আদি হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ। info

• رسالات الأنبياء تحرير للمستضعفين من قبضة المتكبرين.
ৰাছুলসকলৰ ৰিছালতৰ উদ্দেশ্য হৈছে দুৰ্বল লোকসকলক অহংকাৰী লোকৰ অধীনৰ পৰা স্বাধীন কৰা। info