पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
83 : 43

فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟

হে ৰাছুল! আপুনি সিহঁতক বাতিলৰ মাজত পৰি থাকিবলৈ দিয়ক, সিহঁত খেল-ধেমালিত মতলীয়া হৈ থাকক। অৱশেষত নিশ্চয় সিহঁতে সেই প্ৰতিশ্ৰুতি দিয়া দিৱসৰ সন্মুখীন হ’ব অৰ্থাৎ কিয়ামত দিৱসৰ। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• كراهة الحق خطر عظيم.
সত্যক অপছন্দ কৰা মহাক্ষতিকৰ। info

• مكر الكافرين يعود عليهم ولو بعد حين.
কাফিৰসকলৰ চক্ৰান্তই পলমকৈ হ’লেও সিহঁতকেই ক্ষতি কৰিব। info

• كلما ازداد علم العبد بربه، ازداد ثقة بربه وتسليمًا لشرعه.
ক্ৰমান্বয়ে বান্দাই যিদৰে আল্লাহ সম্পৰ্কে জ্ঞান আহৰণ কৰিব, ঠিক সেই অনুপাতে তেওঁৰ ওপৰত ভৰসা আৰু তেওঁৰ চৰীয়ত পালনৰ আগ্ৰহ জাগিব। info

• اختصاص الله بعلم وقت الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। info