पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
3 : 36

اِنَّكَ لَمِنَ الْمُرْسَلِیْنَ ۟ۙ

হে ৰাছুল! নিশ্চয় আপুনি সেই ৰাছুলসকলৰ অন্তৰ্ভুক্ত যিসকলক আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি প্ৰেৰণ কৰিছে। যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু একমাত্ৰ তেওঁৰ ইবাদতৰ নিৰ্দেশ দিয়ে। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে। info

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। info