पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
16 : 36

قَالُوْا رَبُّنَا یَعْلَمُ اِنَّاۤ اِلَیْكُمْ لَمُرْسَلُوْنَ ۟

তিনিওজন ৰাছুলে গাওঁবাসীয়ে কৰা অস্বীকাৰৰ প্ৰত্যুত্তৰ দি ক’লেঃ হে গাওঁবাসী! আমাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, আমি তেওঁৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত। প্ৰমাণ হিচাপে এইটোৱে আমাৰ বাবে যথেষ্ট। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info