पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
41 : 33

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اذْكُرُوا اللّٰهَ ذِكْرًا كَثِیْرًا ۟ۙ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে আন্তৰিকভাৱে, মৌখিকভাৱে আৰু অংগ-প্ৰত্যংগৰ জৰিয়তে আল্লাহক বেছি বেছি স্মৰণ কৰা। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• وجوب استسلام المؤمن لحكم الله والانقياد له.
আল্লাহৰ সিদ্ধান্তৰ সন্মুখত মুমিনসকলে আত্মসমৰ্পন কৰা তথা নত স্বীকাৰ কৰা অনিবাৰ্য। info

• اطلاع الله على ما في النفوس.
আল্লাহ অন্তৰৰ কথা সম্পৰ্কেও অৱগত। info

• من مناقب أم المؤمنين زينب بنت جحش: أنْ زوّجها الله من فوق سبع سماوات.
উম্মুল মুমিনীন জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ অন্যতম বৈশিষ্ট্য হৈছে এই যে, আল্লাহে তেওঁৰ বিবাহ সপ্তম আকাশৰ ওপৰত সম্পাদন কৰিছে। info

• فضل ذكر الله، خاصة وقت الصباح والمساء.
বিশেষকৈ পুৱা-গধূলি আল্লাহক স্মৰণ কৰাৰ গুৰুত্ব। info