पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
28 : 28

قَالَ ذٰلِكَ بَیْنِیْ وَبَیْنَكَ ؕ— اَیَّمَا الْاَجَلَیْنِ قَضَیْتُ فَلَا عُدْوَانَ عَلَیَّ ؕ— وَاللّٰهُ عَلٰی مَا نَقُوْلُ وَكِیْلٌ ۟۠

মুছা আলাইহিচ্ছালামে ক’লেঃ ঠিক আছে, এইটোৱে মোৰ আৰু আপোনাৰ মাজত চুক্তিৰ চূড়ান্ত সিদ্ধান্ত। দুটা ম্যাদৰ (অৰ্থাৎ আঠ বছৰেই হওক অথবা দহ বছৰ) যিকোনো এটা সময়সীমা পূৰণ কৰিলেই মই মোৰ দায়িত্ব পূৰণ কৰা বুলি গণ্য হ'ম। কিন্তু ইয়াতকৈ অধিক সময়সীমা আপুনি বৃদ্ধি কৰিব নোৱাৰিব। আমাৰ মাজত যিটো চুক্তি চূড়ান্ত হ’ল, ইয়াৰ সাক্ষী তথা নিৰীক্ষক হৈছে আল্লাহ তাআলা। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• الالتجاء إلى الله طريق النجاة في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত মুক্তি লাভ কৰাৰ অন্যতম পথ হৈছে আল্লাহৰ ওচৰত কাকুতি-মিনতি কৰি প্ৰাৰ্থনা কৰা। info

• حياء المرأة المسلمة سبب كرامتها وعلو شأنها.
মুছলিম নাৰীৰ লজ্জাবোধে তেওঁলোকৰ সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি কৰে। info

• مشاركة المرأة بالرأي، واعتماد رأيها إن كان صوابًا أمر محمود.
নাৰীসকলেও পৰামৰ্শত অংশগ্ৰহণ কৰিব পাৰে। যদি সিহঁতৰ পৰামৰ্শ সঠিক বুলি বিবেচিত হয় তেন্তে তেনে পৰামৰ্শ মতে আমল কৰা উচিত। info

• القوة والأمانة صفتا المسؤول الناجح.
দায়িত্বশীল ব্যক্তিৰ দুটা অন্যতম বৈশিষ্ট্য হৈছে, শক্তিশালী হোৱা আৰু বিশ্বস্ত হোৱা। info

• جواز أن يكون المهر منفعة.
উপকাৰী বিষয়কো মোহৰ হিচাপে গ্ৰহণ কৰা বৈধ। info