पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
139 : 26

فَكَذَّبُوْهُ فَاَهْلَكْنٰهُمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

এতেকে সিহঁতে সিহঁতৰ নবী হূদক অস্বীকাৰ কৰাত ব্যস্ত থাকিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক প্ৰচণ্ড ধুমুহাৰ দ্বাৰা ধ্বংস কৰিলোঁ। নিশ্চয় এই বিনাশত শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে আছে শিক্ষা। কিন্তু তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info