വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

external-link copy
100 : 10

وَمَا كَانَ لِنَفْسٍ اَنْ تُؤْمِنَ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَیَجْعَلُ الرِّجْسَ عَلَی الَّذِیْنَ لَا یَعْقِلُوْنَ ۟

অথচ আল্লাহৰ অনুমতি অবিহনে কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয়, আৰু যিসকলে নুবুজে আল্লাহে সিহঁতৰ ওপৰতেই (কুফৰীৰ) অপৱিত্ৰতা স্থাপন কৰি দিয়ে। info
التفاسير: