വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
6 : 98

اِنَّ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ وَالْمُشْرِكِیْنَ فِیْ نَارِ جَهَنَّمَ خٰلِدِیْنَ فِیْهَا ؕ— اُولٰٓىِٕكَ هُمْ شَرُّ الْبَرِیَّةِ ۟ؕ

নিশ্চয় ( ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলৰ পৰা) যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব তাৰ ভিতৰত স্থায়ীভাৱে অৱস্থান কৰিব। কিয়নো সিহঁতে আল্লাহ আৰু তাৰ ৰাছুলক অস্বীকাৰ কৰিছে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• خشية الله سبب في رضاه عن عبده.
কাফিৰ আটাইতকৈ নিকৃষ্ট আৰু মুমিন আটাইতকৈ উত্কৃষ্ট সৃষ্টি। info

• شهادة الأرض على أعمال بني آدم.
আল্লাহৰ ভয়, বান্দাৰ সন্তুষ্টি লাভৰ মাধ্যম। info

• الكفار شرّ الخليقة، والمؤمنون خيرها.
পৃথিৱীয়ে মানুহৰ কৰ্মৰ সাক্ষী দিব। info