വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
121 : 9

وَلَا یُنْفِقُوْنَ نَفَقَةً صَغِیْرَةً وَّلَا كَبِیْرَةً وَّلَا یَقْطَعُوْنَ وَادِیًا اِلَّا كُتِبَ لَهُمْ لِیَجْزِیَهُمُ اللّٰهُ اَحْسَنَ مَا كَانُوْا یَعْمَلُوْنَ ۟

তেওঁলোকে যি ধন ব্যয় কৰে, কম হওঁক বা বেছি, লগতে তেওঁলোকে যি উপত্যকাই অতিক্ৰম কৰে, তেওঁলোকৰ এই ধন ব্যয় আৰু ভ্ৰমণৰ বিনিময়ত আল্লাহে প্ৰতিদান লিপিবদ্ধ কৰে। যাতে আল্লাহে আখিৰাতত তেওঁলোকে কৰা কৰ্মৰ উত্তম প্ৰতিদান দিব পাৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• وجوب تقوى الله والصدق وأنهما سبب للنجاة من الهلاك.
আল্লাহৰ তাক্বৱা আৰু সত্যবাদীতা দুয়োটাই আৱশ্যক তথা বিনাশৰ পৰা মুক্তিৰ সাধন। info

• عظم فضل النفقة في سبيل الله.
আল্লাহৰ পথত ব্যয় কৰাৰ গুৰুত্ব। info

• وجوب التفقُّه في الدين مثله مثل الجهاد، وأنه لا قيام للدين إلا بهما معًا.
ইছলামৰ জ্ঞান অৰ্জন কৰা জিহাদৰ দৰে আমল, লগতে দ্বীন প্ৰতিষ্ঠা কৰিবলৈ দুয়োটাই আৱশ্যক। info