വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
4 : 78

كَلَّا سَیَعْلَمُوْنَ ۟ۙ

সিহঁতে যিদৰে ভাবিছে ঘটনাটো তেনেকুৱা নহয়। কোৰআনক অস্বীকাৰকাৰী সকলে অচিৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• إحكام الله للخلق دلالة على قدرته على إعادته.
সৃষ্টিৰ বাবে আল্লাহৰ মজবুত পদ্ধতিয়ে প্ৰমাণ কৰে যে, আল্লাহ তাআলা তেওঁলোকক পুনৰ জীৱিত কৰাৰ ক্ষমতা ৰাখে। info

• الطغيان سبب دخول النار.
অপৰাধে মানুহক জাহান্নামলৈ লৈ যায়। info

• مضاعفة العذاب على الكفار.
কাফিৰ সকলৰ শাস্তি কেই গুণলৈ বৃদ্ধি কৰি দিয়া হব। info