വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
6 : 76

عَیْنًا یَّشْرَبُ بِهَا عِبَادُ اللّٰهِ یُفَجِّرُوْنَهَا تَفْجِیْرًا ۟

অনুসৰণকাৰী সকলৰ বাবে প্ৰস্তুত কৰা এই পানীয় এনেকুৱা নিজৰাৰ পৰা প্ৰাপ্ত হব যাৰ পৰা পান কৰা সহজ হব। আৰু তাৰ ভিতৰত পানীয় উপস্থিত থাকিব আৰু তাৰ পানীয় কেতিয়াওঁ হ্ৰাস নহব। তাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব আৰু যতেই ইচ্ছা ততেই প্ৰবাহিত কৰিব পাৰিব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الوفاء بالنذر وإطعام المحتاج، والإخلاص في العمل، والخوف من الله: أسباب للنجاة من النار، ولدخول الجنة.
মান্নত আদায় কৰা, অভাৱগ্ৰস্তক খাদ্য খোৱোওৱা, ইখলাচৰ সৈতে আমল কৰা, আল্লাহৰ ভীতি পোষণ কৰা, এইবোৰ জাহান্নামৰ পৰা মুক্তি লাভৰ কাৰণ আৰু জান্নাতৰ ফালে লৈ যোৱা কৰ্ম। info

• إذا كان حال الغلمان الذين يخدمونهم في الجنة بهذا الجمال، فكيف بأهل الجنة أنفسهم؟!
যদি জান্নাতী সকলৰ সেৱকবিলাক ইমান সুন্দৰ হয় তেন্তে স্বয়ং জান্নাতী সকল কিমান সুন্দৰ হ'ব পাৰে। info