വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
19 : 73

اِنَّ هٰذِهٖ تَذْكِرَةٌ ۚ— فَمَنْ شَآءَ اتَّخَذَ اِلٰی رَبِّهٖ سَبِیْلًا ۟۠

নিশ্চয় এই উপদেশ, যাৰ ভিতৰত ক্বিয়ামতৰ দিনৰ ভয়াৱহতাৰ উল্লেখ আছে, এক স্মৃতি, যাৰ পৰা মুমিনসকলে উপকৃত হয়। গতিকে যিয়ে নিজ প্ৰতিপালকলৈ পৌঁছাৰ পথ অৱলম্বন কৰিব বিচাৰে সি অৱলম্বন কৰা উচিত। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• أهمية قيام الليل وتلاوة القرآن وذكر الله والصبر للداعية إلى الله.
দাঈ সকলৰ বাবে ৰাতিত জাগি ছালাত আদায় কৰা, কোৰআন তিলাৱত কৰা, আল্লাহৰ যিকিৰ-আজকাৰ কৰা আৰু ধৈৰ্য ধাৰণ কৰাৰ মহত্ব। info

• فراغ القلب في الليل له أثر في الحفظ والفهم.
ৰাতিত অন্তৰখন সুস্থ আৰু মুকলি থাকে। সেয়ে এই সময়ত মুখস্থ কৰা, কোনো বিষয় বুজা বা হৃদয়ঙ্গম কৰিবলৈ ভাল প্ৰভাৱ পৰে। info

• تحمّل التكاليف يقتضي تربية صارمة.
চৰীয়তৰ আদেশ-নিষেধ পালনৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হয়। info

• الترف والتوسع في التنعم يصدّ عن سبيل الله.
অত্যাধিক সচ্চলতা আৰু অনুগ্ৰহৰ প্ৰাচুৰ্যতাই মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে। info