വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
18 : 71

ثُمَّ یُعِیْدُكُمْ فِیْهَا وَیُخْرِجُكُمْ اِخْرَاجًا ۟

আকৌ তোমালোকক মৃ্ত্যুৰ পিছত মাটিৰ ভিতৰতেই ওভতাই নিয়া হব। তাৰ পিছত তোমালোকক তাৰ পৰা পুনৰুত্থানৰ বাবে উঠোৱা হ’ব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الاستغفار سبب لنزول المطر وكثرة الأموال والأولاد.
ধন-সম্পদ, সন্তান-সন্ততি আৰু বৰষুণ হোৱাৰ অন্যতম কাৰণ হৈছে ইস্তিগফাৰ কৰা। info

• دور الأكابر في إضلال الأصاغر ظاهر مُشَاهَد.
নেতাসকলে সদায় সাধাৰণ ব্যক্তিসকলক পথভ্ৰষ্ট কৰি অহা পৰিলক্ষিত হৈছে। info

• الذنوب سبب للهلاك في الدنيا، والعذاب في الآخرة.
পৃথিৱীত পাপ হৈছে ধ্বংসৰ অন্যতম কাৰণ আৰু পৰকালত শাস্তিৰ কাৰণ। info