വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
9 : 68

وَدُّوْا لَوْ تُدْهِنُ فَیُدْهِنُوْنَ ۟

সিহঁতৰ কামনা এই যে আপুনি সিহঁতৰ লগত নম্ৰতা অৱলম্বন কৰিলে, সিহঁতেও আপোনাৰ লগত নম্ৰতা অৱলম্বন কৰিব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• اتصاف الرسول صلى الله عليه وسلم بأخلاق القرآن.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, কুৰআনত বৰ্ণিত আচৰণ আৰু ব্যৱহাৰৰ বাস্তৱ নমুনা বা আদৰ্শ আছিল। info

• صفات الكفار صفات ذميمة يجب على المؤمن الابتعاد عنها، وعن طاعة أهلها.
কাফিৰসকলৰ আচৰণ বিধি অতি নিকৃষ্ট। মুমিনসকলে সিহঁতৰ পৰা আৰু সিহঁতৰ অনুসৰণৰ পৰা বিৰত থকা উচিত। info

• من أكثر الحلف هان على الرحمن، ونزلت مرتبته عند الناس.
যিয়ে অধিক শপত কৰে, সি ৰহমান (আল্লাহ)ৰ দৃষ্টিত অতি তুচ্ছ, আৰু সি মানুহৰ দৃষ্টিত নিজৰ সন্মান বিনষ্ট কৰে। info