വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
24 : 67

قُلْ هُوَ الَّذِیْ ذَرَاَكُمْ فِی الْاَرْضِ وَاِلَیْهِ تُحْشَرُوْنَ ۟

হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিক সকলক কৈ দিয়কঃ তেৱেই তোমালোকক পৃথিৱীত সৃষ্টি কৰিছে আৰু তাত প্ৰসাৰিত কৰিছে । তোমালোকৰ সেই মূৰ্তিবোৰে নহয় যিয়ে একোৱে সৃষ্টি কৰিব নোৱাৰে। আৰু কেৱল আল্লাহ তাআলাৰ ওচৰতেই ক্বিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত বা সমবেত কৰা হব। তোমালোকৰ মূৰ্তিবোৰৰ ওচৰত নহয়। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• اطلاع الله على ما تخفيه صدور عباده.
আল্লাহে বান্দাৰ অন্তৰত গোপন আৰু লুপ্ত থকা সকলো কথাই জানে। info

• الكفر والمعاصي من أسباب حصول عذاب الله في الدنيا والآخرة.
কুফুৰী আৰু পাপ কৰ্ম পৃথিৱী আৰু পৰকালত আল্লাহৰ শাস্তি ভোগ কৰাৰ কাৰণ। info

• الكفر بالله ظلمة وحيرة، والإيمان به نور وهداية.
আল্লাহৰ লগত কুফুৰী হল অন্ধকাৰ আৰু অশান্তি। আৰু তেওঁৰ প্ৰতি ঈমান হ’ল জ্যোতি আৰু হিদায়ত। info