വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
155 : 6

وَهٰذَا كِتٰبٌ اَنْزَلْنٰهُ مُبٰرَكٌ فَاتَّبِعُوْهُ وَاتَّقُوْا لَعَلَّكُمْ تُرْحَمُوْنَ ۟ۙ

এই কোৰআন এখন পুথি, যিটোক আমি অৱতীৰ্ণ কৰিছো, মহা বৰকতময়। কিয়নো ইয়াত দ্বীন তথা দুনিয়া উভয়ৰে কল্যাণৰ বৰ্ণনা আছে। এতেকে ইয়াৰ বিধান অনুসাৰে জীৱন যাপন কৰা আৰু ইয়াৰ বিৰোধিতাৰ পৰা বিৰত থাকা, যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• لا يجوز التصرف في مال اليتيم إلّا في حدود مصلحته، ولا يُسلَّم ماله إلّا بعد بلوغه الرُّشْد.
এতীমৰ সম্পদ কেৱল সেইসমূহ কামত ব্যৱহাৰ কৰা বৈধ, যত ব্যৱহাৰ কৰিলে তাৰ উপকাৰ হ'ব, আৰু তাৰ সম্পদ তেতিয়াহে তাক হস্তান্তৰ কৰা হ'ব যেতিয়া সি পৰিপক্কতাৰ আয়ুত উপনীত হ'ব। info

• سبل الضلال كثيرة، وسبيل الله وحده هو المؤدي إلى النجاة من العذاب.
ভ্ৰান্ত পথ অসংখ্য, আৰু আল্লাহৰ পথ হৈছে কেৱল এটা। কেৱল সেই পথৰ পথিক হৈ শাস্তিৰ পৰা মুক্তি পোৱা সম্ভৱ। info

• اتباع هذا الكتاب علمًا وعملًا من أعظم أسباب نيل رحمة الله.
এই পুথিৰ জ্ঞান অৰ্জন কৰা আৰু সেই অনুসাৰে আমল কৰা, আল্লাহৰ কৃপা লাভ কৰাৰ এটা ডাঙৰ মাধ্যম। info