വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
43 : 55

هٰذِهٖ جَهَنَّمُ الَّتِیْ یُكَذِّبُ بِهَا الْمُجْرِمُوْنَ ۟ۘ

সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইখনেই সেই জাহান্নাম যিখনক অপৰাধীসকলে পৃথিৱীত অস্বীকাৰ কৰিছিল। যিখন আজি সিহঁতৰ চকুৰ সন্মুখত, আজি সিহঁতে কোনো পধ্যেই ইয়াক অবিশ্বাস কৰিব নোৱাৰিব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• أهمية الخوف من الله واستحضار رهبة الوقوف بين يديه.
আল্লাহক ভয় কৰাৰ গুৰুত্ব, আৰু তেওঁৰ সন্মুখত দণ্ডায়মান হোৱাৰ কথাক সদায় স্মৰণ কৰা। info

• مدح نساء الجنة بالعفاف دلالة على فضيلة هذه الصفة في المرأة.
জান্নাতী নাৰীসকলক সতী-সাধ্বী বুলি প্রশংসা কৰা হৈছে, গতিকে এইটোৱে উক্ত বৈশিষ্ট্যৰ অধিকাৰিণী নাৰীসকলৰ মর্যাদাৰ প্রমাণ বহন কৰে। info

• الجزاء من جنس العمل.
যেনেকুৱা কৰ্ম তেনেকুৱা ফল। info