വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
4 : 49

اِنَّ الَّذِیْنَ یُنَادُوْنَكَ مِنْ وَّرَآءِ الْحُجُرٰتِ اَكْثَرُهُمْ لَا یَعْقِلُوْنَ ۟

হে ৰাছুল! যিসকল বেদুইনে আপোনাক আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতে, দৰাচলতে সিহঁতৰ মাজৰ অধিকাংশৰে কাণ্ডজ্ঞান নাই। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تشرع الرحمة مع المؤمن، والشدة مع الكافر المحارب.
মুমিনসকলে ইজনে সিজনৰ প্ৰতি বিনম্ৰ হোৱা উচিত, পক্ষান্তৰে যুদ্ধ কৰা কাফিৰসকলৰ প্ৰতি কঠোৰ হোৱা উচিত। info

• التماسك والتعاون من أخلاق أصحابه صلى الله عليه وسلم.
ইজনে সিজনৰ লগত সম্পৰ্ক স্থাপন কৰা, লগতে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰা ইত্যাদি হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ উত্তম চৰিত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। info

• من يجد في قلبه كرهًا للصحابة الكرام يُخْشى عليه من الكفر.
চাহাবাসকলৰ প্ৰতি যাৰ অন্তৰত ঘৃণা আছে, সেই ব্যক্তিৰ বিষয়ে কুফৰৰ আশংকা আছে। info

• وجوب التأدب مع رسول الله صلى الله عليه وسلم، ومع سُنَّته، ومع ورثته (العلماء).
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আৰু তেওঁৰ ছুন্নতৰ সৈতে, লগতে তেওঁৰ উত্তৰাধিকাৰী অৰ্থাৎ আলিম-উলামাৰ সৈতে ভাল ব্যৱহাৰ কৰা অনিবাৰ্য। info