വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

আল-ফাতাহ

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
تبشير النبي والمؤمنين بالفتح والتمكين.
প্ৰতিষ্ঠা আৰু বিজয়ৰ জৰিয়তে নবী আৰু মুমিনসকলক সুসংবাদ দিয়া হৈছে। info

external-link copy
1 : 48

اِنَّا فَتَحْنَا لَكَ فَتْحًا مُّبِیْنًا ۟ۙ

হে ৰাছুল! নিশ্চয় আমি আপোনাক হুদাইবিয়াৰ সন্ধিৰূপে এটা স্পষ্ট বিজয় প্ৰদান কৰিছোঁ। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• صلح الحديبية بداية فتح عظيم على الإسلام والمسلمين.
হুদাইবিয়াৰ সন্ধি দৰাচলতে ইছলাম আৰু মুছলমানৰ বাবে মহা বিজয়ৰ শুভৰাম্ভণি আছিল। info

• السكينة أثر من آثار الإيمان تبعث على الطمأنينة والثبات.
প্ৰশান্তি হৈছে ঈমানৰ প্ৰভাৱ, ইয়াৰ ফলত মানুহে শান্তি আৰু দৃঢ়তা লাভ কৰে। info

• خطر ظن السوء بالله، فإن الله يعامل الناس حسب ظنهم به سبحانه.
আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাৰ ভয়াৱহতা। কাৰণ আল্লাহে মানুহৰ সৈতে সেই আচৰণেই কৰে যিটো সিহঁতে আল্লাহৰ বিষয়ে পোষণ কৰে। info

• وجوب تعظيم وتوقير رسول الله صلى الله عليه وسلم.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান তথা সমাদৰ কৰা অনিবাৰ্য। info