വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
2 : 46

تَنْزِیْلُ الْكِتٰبِ مِنَ اللّٰهِ الْعَزِیْزِ الْحَكِیْمِ ۟

মহাপ্ৰভূত্বশালী আল্লাহৰ ফালৰ পৰা এই কোৰআন অৱতীৰ্ণ হৈছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الاستهزاء بآيات الله كفر.
আল্লাহৰ আয়াতসমূহক উপহাস কৰা হৈছে কুফৰী কৰ্ম। info

• خطر الاغترار بلذات الدنيا وشهواتها.
পাৰ্থিৱ জীৱনৰ লোভ, মোহ, চাহিদা আদি হৈছে ক্ষতিকৰ। info

• ثبوت صفة الكبرياء لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘মহিমা’ৰ প্ৰমাণ পোৱা গ’ল। info

• إجابة الدعاء من أظهر أدلة وجود الله سبحانه وتعالى واستحقاقه العبادة.
আল্লাহৰ অস্তিত্বৰ সপক্ষে দুআ কবূল হোৱাটোও এটা স্পষ্ট প্ৰমাণ, আৰু তেৱেঁই ইবাদতৰ যোগ্য। info