വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
29 : 45

هٰذَا كِتٰبُنَا یَنْطِقُ عَلَیْكُمْ بِالْحَقِّ ؕ— اِنَّا كُنَّا نَسْتَنْسِخُ مَا كُنْتُمْ تَعْمَلُوْنَ ۟

আমাৰ ফিৰিস্তাসকলে লিপিবদ্ধ কৰা তোমালোকৰ কৰ্মপুথিখন প্ৰকৃততে তোমালোকৰ বিৰুদ্ধে সত্য সহকাৰে সাক্ষী দিব। গতিকে তোমালোকে ইয়াক পাঠ কৰা। নিশ্চয় আমিয়েই সেই ফিৰিস্তাসকলক তোমালোকৰ পাৰ্থিৱ জীৱনৰ কৰ্মৰাজি লিপিবদ্ধ কৰাৰ নিৰ্দেশ দিছিলোঁ। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে। info

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা। info

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info