വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
54 : 43

فَاسْتَخَفَّ قَوْمَهٗ فَاَطَاعُوْهُ ؕ— اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟

এইদৰে ফিৰআউনে তাৰ সম্প্ৰদায়ক প্ৰতাৰণা কৰিলে, আৰু মানুহেও তাৰ এই বিভ্ৰান্তিমূলক কথাত বিশ্বাস কৰিলে। নিশ্চয় সিহঁত আছিল আল্লাহৰ অবাধ্যতাকাৰী লোক। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• نَكْث العهود من صفات الكفار.
অঙ্গীকাৰ ভংগ কৰাটো হৈছে কাফিৰসকলৰ চৰিত্ৰ। info

• الفاسق خفيف العقل يستخفّه من أراد استخفافه.
পাপিষ্ঠ ব্যক্তিৰ বুদ্ধি কম। যিকোনো ব্যক্তিয়ে তাক বুৰ্বক সজাব পাৰে। info

• غضب الله يوجب الخسران.
আল্লাহ ক্ৰোধান্বিত হ’লে ক্ষতি অনিবাৰ্য। info

• أهل الضلال يسعون إلى تحريف دلالات النص القرآني حسب أهوائهم.
পথভ্ৰষ্টসকলে নিজৰ ইচ্ছা অনুসাৰে কোৰআনৰ অপব্যাখ্যা কৰাৰ প্ৰয়াস কৰে। info