വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
4 : 43

وَاِنَّهٗ فِیْۤ اُمِّ الْكِتٰبِ لَدَیْنَا لَعَلِیٌّ حَكِیْمٌ ۟ؕ

নিশ্চয় এই কোৰআন লওহে মাহফুজত লিপিবদ্ধ আছে। এইখন সুউচ্চ মৰ্যাদাৱান, তথা হিকমত ভৰা গ্ৰন্থ। ইয়াৰ মাজত থকা আদেশ-নিষেধৰ বিধি-বিধানসমূহ হৈছে সুদৃঢ়। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• سمي الوحي روحًا لأهمية الوحي في هداية الناس، فهو بمنزلة الروح للجسد.
অহীক ‘ৰূহ’ নামেৰে নামকৰণ কৰা হৈছে, কাৰণ মানুহক সঠিক পথ দেখুৱাৰ ক্ষেত্ৰত অহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গতিকে ইয়াৰ স্থান শৰীৰত থকা প্ৰাণৰ দৰে। info

• الهداية المسندة إلى الرسول صلى الله عليه وسلم هي هداية الإرشاد لا هداية التوفيق.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত হিদায়ত হৈছে, কেৱল পথপ্ৰদৰ্শন কৰা। সেইটো তাওফীক তথা সামৰ্থ প্ৰদান কৰাৰ হিদায়ত নহয়। info

• ما عند المشركين من توحيد الربوبية لا ينفعهم يوم القيامة.
মুশ্বৰিকসকলে তাওহীদে ৰুবূবিয়্যত বিশ্বাস কৰিলেও কিয়ামতৰ দিনা ইয়াৰ দ্বাৰা কোনো লাভ নহ’ব। info