വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
27 : 42

وَلَوْ بَسَطَ اللّٰهُ الرِّزْقَ لِعِبَادِهٖ لَبَغَوْا فِی الْاَرْضِ وَلٰكِنْ یُّنَزِّلُ بِقَدَرٍ مَّا یَشَآءُ ؕ— اِنَّهٗ بِعِبَادِهٖ خَبِیْرٌ بَصِیْرٌ ۟

আল্লাহে যদি সকলো বান্দাকে প্ৰচুৰ পৰিমাণে জীৱিকা প্ৰদান কৰিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অন্যায়-অত্যাচাৰ আৰু উপদ্ৰৱ সৃষ্টি কৰি ফুৰিলেহেঁতেন। কিন্তু আল্লাহে প্ৰয়োজন অনুসাৰে নিজ ইচ্ছামতে জীৱিকা অৱতীৰ্ণ কৰে, কেতিয়াবা অধিক আৰু কেতিয়াবা কম। নিশ্চয় তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ, পুংখানুপুংখ পৰ্যবেক্ষণকাৰী। গতিকে তেওঁ হিকমত অনুযায়ী প্ৰদান কৰে আৰু হিকমত অনুযায়ী ইয়াৰ পৰা বঞ্চিত কৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الداعي إلى الله لا يبتغي الأجر عند الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰে। info

• التوسيع في الرزق والتضييق فيه خاضع لحكمة إلهية قد تخفى على كثير من الناس.
জীৱিকাত প্ৰশস্ততা আৰু সংকীৰ্ণতা আল্লাহৰ হিকমত অনুযায়ী হৈ থাকে। এইটো যে এটা ৰহস্য এই সম্পৰ্কে অধিকাংশ লোকেই নাজানে। info

• الذنوب والمعاصي من أسباب المصائب.
গুনাহ তথা পাপকৰ্মই বিপদ-আপদ মাতি আনে। info