വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
9 : 41

قُلْ اَىِٕنَّكُمْ لَتَكْفُرُوْنَ بِالَّذِیْ خَلَقَ الْاَرْضَ فِیْ یَوْمَیْنِ وَتَجْعَلُوْنَ لَهٗۤ اَنْدَادًا ؕ— ذٰلِكَ رَبُّ الْعٰلَمِیْنَ ۟ۚ

হে ৰাছুল! আপুনি মুশ্বৰিকসকলক ককৰ্থনা কৰি কওক, তোমালোকে আল্লাহক কিয় অস্বীকাৰ কৰা, যিয়ে পৃথিৱীক দুদিনত (ৰবিবাৰ আৰু সোমবাৰে) সৃষ্টি কৰিছে, আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰক কিয় উপাসনা কৰা? তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تعطيل الكافرين لوسائل الهداية عندهم يعني بقاءهم على الكفر.
কাফিৰসকলে হিদায়তৰ মাধ্যমবোৰৰ দ্বাৰা উপকৃত নহয়, অৰ্থাৎ কুফৰৰ ওপৰত অৱস্থান কৰাকে সিহঁতে পছন্দ কৰে। info

• بيان منزلة الزكاة، وأنها ركن من أركان الإسلام.
যাকাতৰ গুৰুত্বৰ বৰ্ণনা, ই ইছলামৰ এটা অন্যতম স্তম্ভ। info

• استسلام الكون لله وانقياده لأمره سبحانه بكل ما فيه.
গোটেই বিশ্বজগত আল্লাহৰ আনুগত্যশীল, আৰু ইয়াত থকা সকলোৱে তেওঁৰ আদেশ মানিবলৈ বাধ্য। info