വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
49 : 41

لَا یَسْـَٔمُ الْاِنْسَانُ مِنْ دُعَآءِ الْخَیْرِ ؗ— وَاِنْ مَّسَّهُ الشَّرُّ فَیَـُٔوْسٌ قَنُوْطٌ ۟

মানুহে সুস্বাস্থ্য, ধন-সম্পদ আৰু সন্তান-সন্ততি আদি নিয়ামত বিচৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে। কিন্তু যদি সি দৰিদ্ৰতা অথবা বেমাৰ-আজাৰৰ সন্মুখীন হয়, তেতিয়া আল্লাহৰ কৃপাৰ পৰা অতি বেয়াকৈ নিৰাশ হৈ পৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• علم الساعة عند الله وحده.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تعامل الكافر مع نعم الله ونقمه فيه تخبط واضطراب.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ শাস্তি সম্পৰ্কে কাফিৰসকলৰ আচৰণ একেবাৰে দোধৰ-মোধৰ তথা আলি-দোমোজা অৱস্থা। info

• إحاطة الله بكل شيء علمًا وقدرة.
আল্লাহে তেওঁৰ ক্ষমতা আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info