വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
48 : 41

وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَدْعُوْنَ مِنْ قَبْلُ وَظَنُّوْا مَا لَهُمْ مِّنْ مَّحِیْصٍ ۟

সিহঁতে পূজাপাঠ কৰা সেই মূৰ্ত্তিবোৰ তেতিয়া সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব। তথা সিহঁতে পূৰ্ণ বিশ্বাস কৰিব যে, আল্লাহৰ শাস্তিৰ পৰা পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰ কোনো উপায় নাই। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• علم الساعة عند الله وحده.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تعامل الكافر مع نعم الله ونقمه فيه تخبط واضطراب.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ শাস্তি সম্পৰ্কে কাফিৰসকলৰ আচৰণ একেবাৰে দোধৰ-মোধৰ তথা আলি-দোমোজা অৱস্থা। info

• إحاطة الله بكل شيء علمًا وقدرة.
আল্লাহে তেওঁৰ ক্ষমতা আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info