വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
73 : 40

ثُمَّ قِیْلَ لَهُمْ اَیْنَ مَا كُنْتُمْ تُشْرِكُوْنَ ۟ۙ

সিহঁতক গৰিহণা আৰু ধিক্কাৰ দি কোৱা হ’ব, ক’ত আছে তোমালোকৰ সেই তথাকথিত উপাস্যবোৰ, যিবোৰক তোমালোকে অংশীদাৰ স্থাপন কৰি উপাসনা কৰিছিলা?! info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• التدرج في الخلق سُنَّة إلهية يتعلم منها الناس التدرج في حياتهم.
আল্লাহে মখলুকক ধাপে ধাপে সৃষ্টি কৰিছে, যাতে মানুহে নিজৰ জীৱনত ইয়াৰ দ্বাৰা ধাপে ধাপে কাম কৰাৰ শিক্ষা লব পাৰে। info

• قبح الفرح بالباطل.
বাতিলক লৈ আনন্দিত হোৱাটো ঠিক নহয়। info

• أهمية الصبر في حياة الناس، وبخاصة الدعاة منهم.
মানৱ জীৱনত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। বিশেষকৈ ধৰ্ম প্ৰচাৰকসকলৰ বাবে অতি জৰুৰী। info