വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
62 : 39

اَللّٰهُ خَالِقُ كُلِّ شَیْءٍ ؗ— وَّهُوَ عَلٰی كُلِّ شَیْءٍ وَّكِیْلٌ ۟

তেৱেঁই প্ৰত্যেক বস্তুৰ সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে আন কোনো সৃষ্টিকৰ্তা নাই। তেৱেঁই প্ৰত্যেক বস্তুৰ সংৰক্ষক। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। যিদৰে বিচাৰে সেইদৰেই পৰাচালনা কৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الكِبْر خلق ذميم مشؤوم يمنع من الوصول إلى الحق.
অহংকাৰ হৈছে এটা নিকৃষ্ট ব্যাধি, যিয়ে মানুহক সত্যৰ পৰা আঁতৰাই ৰাখে। info

• سواد الوجوه يوم القيامة علامة شقاء أصحابها.
কিয়ামতৰ দিনা মুখমণ্ডল ক’লা পৰাটোৱে প্ৰমাণ কৰিব যে, ব্যক্তিজন দুৰ্ভগীয়া। info

• الشرك محبط لكل الأعمال الصالحة.
শ্বিৰ্ক গুনাহে মানুহৰ সকলো সৎকৰ্ম বিনষ্ট কৰি দিয়ে। info

• ثبوت القبضة واليمين لله سبحانه دون تشبيه ولا تمثيل.
আল্লাহৰ ‘মুঠি’ আৰু ‘সোঁহাতৰ’ প্ৰমাণ পোৱা গ’ল। কিন্তু ইয়াৰ কোনো সাদৃশ্য তথা উদাহৰণ নাই। info