വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
52 : 38

وَعِنْدَهُمْ قٰصِرٰتُ الطَّرْفِ اَتْرَابٌ ۟

তেওঁলোকৰ স্ত্ৰীসকল এনেকুৱা হ’ব, যিসকলৰ দৃষ্টি কেৱলমাত্ৰ স্বামী পৰ্যন্ত সীমিত থাকিব। তেওঁলোকৰ বাহিৰে আন কাৰো প্ৰতি দৃষ্টি নিক্ষেপ নকৰিব। লগতে সেই স্ত্ৰীসকল আটায়ে হ’ব সমবয়সীয়া। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• من صبر على الضر فالله تعالى يثيبه ثوابًا عاجلًا وآجلًا، ويستجيب دعاءه إذا دعاه.
বিপদৰ সময়ত যিয়ে ধৈৰ্য্য ধাৰণ কৰিব, আল্লাহে তাক পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে ছোৱাব প্ৰদান কৰিব। তেওঁ আল্লাহৰ ওচৰত যেতিয়াই প্ৰাৰ্থনা কৰিব তেতিয়াই তেওঁৰ প্ৰাৰ্থনা কবূল কৰিব। info

• في الآيات دليل على أن للزوج أن يضرب امرأته تأديبًا ضربًا غير مبرح؛ فأيوب عليه السلام حلف على ضرب امرأته ففعل.
উক্ত আয়াতত প্ৰমাণ পোৱা গ'ল যে, স্বামীয়ে স্ত্ৰীক সংশোধনমূলক মৃদু প্ৰহাৰ কৰিব পাৰে। যিহেতু আয়্যুব আলাইহিচ্ছালামে তেওঁৰ স্ত্ৰীক প্ৰহাৰ কৰাৰ শপত খাই, সেই শপত পূৰণ কৰিছিল। info