വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
10 : 36

وَسَوَآءٌ عَلَیْهِمْ ءَاَنْذَرْتَهُمْ اَمْ لَمْ تُنْذِرْهُمْ لَا یُؤْمِنُوْنَ ۟

হে মুহাম্মদ! আপুনি এই স্বৈৰাচাৰী কাফিৰসকলক সাৱধান কৰক বা নকৰক সিহঁতৰ বাবে দুয়োটাই সমান। কাৰণ আপুনি আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে, সিহঁতে সেইটোক কেতিয়াও বিশ্বাস নকৰিব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে। info

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। info